তহঁতৰ সমাধি সাজিব নোৱাৰিলো কোনোদিন


পানীৰ পৃথিৱীত
ঢৌৱাই উটি ফুৰা হাইতাল জিজিবোৰক
মৰাৰ ভাবুকি দিয়া হ'ল

মগজুৰ ইফাল-সিফাল ঘটাই
বিহ বনোৱা হ'ল

জিজিবোৰ মৃত্যু
জিজিবোৰ খাদ্য

দুখি হ'ব নোৱাৰিলো
মোৰ সোণালি-ৰূপালি
তঁহতৰ সমাধি সাজিব নোৱাৰিলো কোনোদিনে !




Photo: pinterest

No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.