নিৰৰ্থকঃ


এবাৰলে হত্যা কৰি চাওঁ নেকি নিজক

তুলি আনি দুহাত বুলাবানে নিজৰ পানীত পৰা এপদ বস্তুৰ দৰে মোৰ হুমুনিয়াহবোৰক

নোৱাৰা ৷ দহজনৰে মিলি ঘৃণা কৰি হাঁহিবা ৷
সেয়ে থাকক দিয়া
যাওক দিয়া আত্মহত্যাৰ পৃষ্ঠাখন
তোমাৰ ঘৃণাই ঢুকি নোপোৱা ধোঁৱাচাঙত উঁৱলি ৷

☞ বাস্তৱ মৰাণ

No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.