সোঁৱৰণিৰ বিস্তীৰ্ণ উপকূলত বেলিৰ তাপত দেহা মেলি
পৰি থাকে যেতিয়া অৰ্ধ নগ্ন মোৰ স্মৃতিবোৰ
অনিৰ্বচিন দুখ এটাই হাতত DSLR লৈ  জঁপিয়াই উঠে
কামনাৰ তপত বলুকাৰাশীত ৷


No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.