সংস্কাৰ স্তৱকঃ

☞
হে নাৰী
যিসকলে তোমালোকৰ বিৰোধ কৰিছে
সেই সকলক এদিন তোমালোকেই ভূমিষ্ঠ কৰিছিলা ৷

☞
মাতৃৰ কৃতজ্ঞতা অস্বীকাৰ কৰি
সাজি ৰখা ই'নো কি পৰম্পৰা
ৰক্ষণশীলতা দেশৰ বাবে অমংগলীয়া দৌতা
☞
দিনবোৰ সলনি হ'ল
ধোঁৱা চাং ক'লা হৈয়ে ৰ'ল ৷
☞
খোজত খোজ দিয়া হওক
প্ৰয়োজন হয় যদি খোজত ৰং দিয়া যাওক দৌতাশ্বৰ
তেওঁলোকক খোজ কাঢ়িব দিয়া ৷






No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.