ফাগুণৰ এপিটাফঃ

আমাৰ ইয়াত ফাগুণ নাই
পাহৰিছো
ফাগুণ কি আছিল

ফাগুণ এচপৰা ৰঙা ডাৱৰ আছিল
মিছা কথা
ফাগুণ এটা অৰ্ধ সত্য সাধু কথা
ওঁহো, তেনে ল'জিকধৰ্মীও নাছিল
ঐয়া, ফাগুণ মানে উলাহ নে

মনত পৰা নাই ফাগুণ
শুকান লঠঙা গছজোপাৰ পৰা
মচি গ'ল ফাগুণৰ ঘাঁ ৷

No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.