অপশাসনঃ✔

নিৰান্নৱৈ শতাংশ দুখত উৰি ফুৰা কাউৰীবোৰে
বলুকাত বহি বগলী হোৱাৰ মেল পাতিছে ৷

সিংহাসনৰ পৰা নীলা শিয়াল নামি আহি
গোটেই কাউৰীবোৰক উৰাই পঠালে ৷

আৰু মেল পতা ঠাইখিনিত নীলা শিয়ালে
বিষ্ঠাৰ এটা স্তম্ভ সাজি পূজাৰ আদেশ দিলে ৷

☞ বাস্তৱ মৰাণ

No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.