ফাগুন

যৌৱন যোৱা নাই অথচ
প্ৰিয় নাৰীৰ স্পৰ্শইও শিহৰণ নোতোলা হ'ল
ফাগুনে সেই কথা বিশ্বাস নকৰিলে
কি অবিশ্বাস যৌৱন নে শিহৰণ

ফাগুন আহি এই সকলো
তুলা-ধূনা দিলে ৷




☞ বাস্তৱ

No comments

আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ?

  আৰ্জেন্টিনাৰ সাগৰ শুকাই যোৱা ভাইৰেল ভিডেঅ' সত্য নে ? আৰ্জেন্টিনাৰ Punta Mogotesত সাগৰ শুকাই যোৱাৰ দাবীৰ আঁৰৰ আচল ৰহস্য ফাদিল ৷ শেহতীয়...

Powered by Blogger.